Home » photogallery » world »ইউক্ৰেইনত Honeymoonলৈ গৈছিল স্বামী-স্ত্ৰী ! নিশা পাৰ্টী কৰি থকা সময়তে প্ৰচণ্ড বিস্ফোৰণ, তাৰ পিছত...

ইউক্ৰেইনত Honeymoonলৈ গৈছিল স্বামী-স্ত্ৰী ! নিশা পাৰ্টী কৰি থকা সময়তে প্ৰচণ্ড বিস্ফোৰণ, তাৰ পিছত...

ৱাৰ্কশায়াৰৰ ব্ৰাকেলত বাস কৰা লিডিয়া মাকাৰচুক (Lidiia Makarchuk) যোৱা মাহত তেওঁৰ স্বামী নৰবাৰ্ট ভাৰ্গা (Norbert Varga)ৰ সৈতে মধুচন্দ্রিকাত ইউক্ৰেইনলৈ গৈছিল। তেওঁলোকে হাংগেৰী সীমান্তৰ ওচৰত মাউণ্ট কাৰ্পেটহিয়নক তেওঁলোকৰ ঠিকনা কৰি তুলিছিল। ৰাতি সকলোৱে জুই জ্বলাই কথা পাতি আছিল আৰু তেতিয়াই ভয়ংকৰ বিস্ফোৰণ হৈছিল। (সকলো ফটো-Instagram)