বিশেষজ্ঞসকলে তেতিয়া বিশ্লেষণ কৰিছিল আৰু দেখিছিল যে সূৰ্যৰ অতিবেঙুনীয়া ৰশ্মিবোৰ বীয়েৰৰ সৈতে মিহলি হৈ পৰিষ্কাৰ বগা বটলতৰখা বিয়েৰত অতি সহজে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। এইটোৱে বিয়েৰৰ দুৰ্গন্ধ বৃদ্ধি কৰিলেহেঁতেন। সেয়েহে, সূৰ্যৰ পোহৰৰ বিকিৰণ আৰু অতিবেঙুনীয়া ৰশ্মিৰ প্ৰভাৱৰ পৰা বিয়েৰ সুৰক্ষিত কৰাৰ বাবে বৈকল্পিক ব্যৱস্থা বিবেচনা কৰা হয়। সাংকেতিক ছবি।