உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    Home » photogallery » world »অষ্ট্ৰেলিয়াৰ মহিলা ক্ৰিকেটাৰ মেগানে Girlfriendৰ সৈতে বিয়া পাতিছিল ! সম্প্ৰতি মেগান গৰ্ভৱতী, Viral হৈ পৰিছে Pregnancy Photoshootৰ ফটোসমূহ...

    অষ্ট্ৰেলিয়াৰ মহিলা ক্ৰিকেটাৰ মেগানে Girlfriendৰ সৈতে বিয়া পাতিছিল ! সম্প্ৰতি মেগান গৰ্ভৱতী, Viral হৈ পৰিছে Pregnancy Photoshootৰ ফটোসমূহ...

    Megan Schutt Pregnancy Photoshoot: অষ্ট্ৰেলিয়াৰ মহিলা ক্ৰিকেট দলৰ পেচাৰ মেগান শ্বুট আৰু তেওঁৰ মহিলা সঙ্গী জেছ হলিউকে শীঘ্ৰেই এগৰাকী কণমানি অতিথি পাব। এই সমকামী দম্পতীহাল এই বছৰৰ নৱেম্বৰত পেৰেণ্টছ হ'ব। মেগান আৰু  বন্ধু জেছ অলপতে ট্ৰেকিং কৰিবলৈ গৈছিল। য'ত তেওঁলোক দুয়োজনে গৰ্ভধাৰণৰ ফটোশ্বুট কৰিছিল। মেগানে তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত ইয়াৰ কিছুমান আকৰ্ষণীয় ফটো শ্বেয়াৰ কৰিছে, যিবোৰ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ আছে।