Home » photogallery » world »Alert! ২৪০৪৬ কিলোমিটাৰ/ ঘণ্টা বেগেৰে পৃথিৱীৰ দিশলৈ আগুৱাই আহিছে জ্বলন্ত গ্ৰহাণু!

Alert! ২৪০৪৬ কিলোমিটাৰ/ ঘণ্টা বেগেৰে পৃথিৱীৰ দিশলৈ আগুৱাই আহিছে জ্বলন্ত গ্ৰহাণু!

এই এষ্টৰয়ডে অক্টোবৰতে পৃথিৱীৰ কক্ষপথত প্ৰৱেশ কৰিব। পৃথিৱীৰ একেবাৰে কাষেৰে পাৰ হৈ যোৱাৰ আশংকাও বাদ দিব পৰা নাই মহাকাশবিজ্ঞানীসকলে৷ বিজ্ঞানীসকলে এই বিষয়টিৰ ওপৰ কঠোৰ দৃষ্টি ৰাখিছে।

শেহতীয়া বাতৰি