Home » photogallery » world »Longest Nails: ৩০ বছৰে 'সন্তান'ৰ দৰে মৰম কৰা হাতৰ আঙুলিৰ নখকেইটা কাটি পেলালে আয়ানাই, ৰেকৰ্ডৰ অধিকাৰী এই মহলাগৰাকীক চিনি লওক

Longest Nails: ৩০ বছৰে 'সন্তান'ৰ দৰে মৰম কৰা হাতৰ আঙুলিৰ নখকেইটা কাটি পেলালে আয়ানাই, ৰেকৰ্ডৰ অধিকাৰী এই মহলাগৰাকীক চিনি লওক

আয়ানা উইলিয়ামছে গীনিজ বুকত বহু দিন আগতেই নিজৰ নাম অন্তৰ্ভুক্ত কৰিছিল। কাৰণ সেই সময়ত তেওঁ পৃথিৱীৰ দীৰ্ঘতম নখৰ অধিকাৰী হৈ পৰিছিল।