তালিবানে আফগানিস্তান দখল কৰাৰ পিছৰ পৰাই পৰিস্থিতি দিনে দিনে বেয়াৰ ফালে ঢাল খাইছে। হাস্পতালৰ পৰা আৰম্ভ কৰি স্কুল পৰ্যন্ত সকলো ঠাইতে দুৰ্দশা। নিচাশক্ত লোকক নিচাজাতীয় দ্ৰব্যৰ পৰা পৰিত্ৰাণ দিবলৈ তালিবানে পুনৰ্বাসন কেন্দ্ৰ স্থান কৰিছিল। হাজাৰ হাজাৰ মানুহ ভৰ্তি হ'ল যদিও ইয়াৰ অৱস্থা ইমানেই বেয়া যে, মানুহে মানুহৰ মাংস খোৱা আৰম্ভ কৰিছে।