আফগানিস্তান (Afghanistan)ত তালিবান (Taliban) শাসনলৈ অহাৰ পিছৰে পৰা মহিলাৰ বিৰুদ্ধে অত্যাচাৰৰ গোচৰ বৃদ্ধি পাইছে। তালিবানে ঘোষণা কৰিছে যে মহিলাসকলে শ্বৰিয়া আইন (Sharia Law) মানি চলিব লাগিব। ই ফেশ্বনসম্পূৰ্ণৰূপে নিষিদ্ধ কৰে। মহিলাসকলক বোৰ্খা (Burqa) পিন্ধাটো বাধ্যতামূলক কৰা হৈছে। এতিয়া আফগান মহিলাসকলে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ছচিয়েল মিডিয়াত এক অনন্য অভিযান আৰম্ভ কৰিছে।