Home » photogallery » world »DoNotTouchMyClothes: 'মোৰ কাপোৰত হাত নিদিবা'-তালিবানৰ অত্যাচাৰৰ বিৰুদ্ধে আফগান মহিলাৰ ফেশ্বন অভিযান

DoNotTouchMyClothes: 'মোৰ কাপোৰত হাত নিদিবা'-তালিবানৰ অত্যাচাৰৰ বিৰুদ্ধে আফগান মহিলাৰ ফেশ্বন অভিযান

টুইটাৰত আফগান মহিলাসকলে পৰম্পৰাগত পোছাকত তেওঁলোকৰ পুৰণি ফটো পোষ্ট কৰি এটা অনলাইন অভিযান আৰম্ভ কৰিছে। যাৰ পিছত লাখ লাখ মহিলাই #DoNotTouchMyClothes, #AfghanistanCulture আৰু #AfghanWomen হেছটেগৰ সৈতে পৰম্পৰাগত আফগান পোছাকত তেওঁলোকৰ পুৰণি ফটো টুইটাৰত শ্বেয়াৰ কৰা আৰম্ভ কৰিছে। (সকলো ফটো-twitter/instagram)

  • |