এইক্ষেত্ৰত বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰিছে নতুন মান নিৰ্ণয়ৰ নিৰ্দেশনা। সংস্থাটোৰ মতে, এই নিৰ্দেশনাৱলীয়ে 'লাখ লাখ লোকৰ জীৱন ৰক্ষা কৰিব পাৰে'। নতুন নিৰ্দেশনাবোৰ অ'জন, নাইট্ৰজেন ডাই অক্সাইড, ছালফাৰ ডাই অক্সাইড আৰু কাৰ্বন মনোক্সাইডকে ধৰি পদাৰ্থবোৰৰ ক্ষেত্ৰত প্ৰযোজ্য।