Home » photogallery » world »বায়ু প্ৰদূষণে প্ৰতিবছৰে ৭০ লাখ লোকৰ মৃত্যু ঘটায়, বিশ্ব স্বাস্থ্য সংস্থাৰ নতুন নিৰ্দেশনা

বায়ু প্ৰদূষণে প্ৰতিবছৰে ৭০ লাখ লোকৰ মৃত্যু ঘটায়, বিশ্ব স্বাস্থ্য সংস্থাৰ নতুন নিৰ্দেশনা

যোৱা ১৬ বছৰ ধৰি এনে প্ৰমাণ পোৱা গৈছে যে বায়ু প্ৰদূষণে মানৱ স্বাস্থ্যক প্ৰভাৱিত কৰে। এতিয়া দেখা গৈছে বায়ু প্ৰদূষণে মানৱ স্বাস্থ্যৰ ওপৰত আগৰ তুলনাত বহুত বেছি প্ৰভাৱ পেলাইছে।

  • |