Home » photogallery » world »বিজুতিৰ বাবে ২ ঘণ্টা ধৰি আকাশত উৰি আছিল বিমান, উশাহ ঘন হৈ আহিছিল ৭৩ যাত্ৰীৰ, তাৰ পিছত...

বিজুতিৰ বাবে ২ ঘণ্টা ধৰি আকাশত উৰি আছিল বিমান, উশাহ ঘন হৈ আহিছিল ৭৩ যাত্ৰীৰ, তাৰ পিছত...

ঘটনাটো নেপালৰ ৰাজধানী কাঠমাণ্ডুৰ ত্ৰিভুৱন বিমানবন্দৰৰ, লেণ্ডিং গীয়েৰৰ সমস্যাত পৰিছিল বিমানখন।