Change Language
মুখ্যপৃষ্ঠা » ফটো » বিশ্ব
2/ 6


এই নৃশংস ঘটনাতো সংঘটিত হৈছে পাকিস্তানৰ লাহোৰৰ ৰাইউণ্ড প্ৰদেশত। সংবামাধ্যম Geo Newsৰ প্ৰকাশিত বাতৰি অনুসৰি, কিশোৰজনৰ সৈতে খেলি থকাৰ মাজতে তৰ্কা-তৰ্কি হৈছিল বন্ধুৰ। আৰু মৃত কিশোৰজনে তেতিয়াই বন্ধুজনক ব্লক কৰি দিয়ে।
3/ 6


প্ৰথমিক তদন্তৰ অন্তত আৰক্ষীৰ অনুমান, বন্ধুৰ প্ৰতি চৰম আক্ৰোশ মূলক আচৰণ কৰি এই কাণ্ড সংঘটিত কৰিলে মূল অভিযুক্তই। আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত মূল অভিযুক্ত সহ ৪ জনক গ্ৰেপ্তাৰ কৰিছে।
4/ 6


পাকিস্তানৰ সংবাদ সংস্থাৰ ফালৰ পৰা জানিব পৰা মতে, ১৩ জানুৱাৰীত কিশোৰজনক অপহৰণ কৰা হৈছিল। পিছত কিশোৰজনৰ পৰিয়ালৰ লোক আৰক্ষীৰ কাষ চাপে।
5/ 6


আৰক্ষীয়ে তাৰ পিছতে কিশোৰজনৰ সন্ধানত অভিযান আৰম্ভ কৰে আৰু শেখপুৰা অঞ্চলৰ পৰা কিশোৰজনৰ মৃতদেহ উদ্ধাৰ কৰে। ধৰ্ষণ কৰি হত্যা কৰা হয় কিশোৰজনক।