Home » photogallery » world »Tokyo Olympicsৰ খেলুৱৈসকলৰ মাজত বিতৰণ কৰা হ'ব ডেৰ লাখ কণ্ডম, শ্বেয়াৰ কৰিলে বিচনাৰ ফটো!

Tokyo Olympicsৰ খেলুৱৈসকলৰ মাজত বিতৰণ কৰা হ'ব ডেৰ লাখ কণ্ডম, শ্বেয়াৰ কৰিলে বিচনাৰ ফটো!

Summer Olympicৰ প্ৰস্তুতি প্ৰায় সম্পন্ন হৈছে। বিভিন্ন দেশৰ পৰা আহিবলগীয়া খেলুৱৈসকলৰ বাবে সকলো সুবিধা আগবঢ়াব আয়োজকে।