বিগ বছ অ'টিটি প্ৰতিযোগী উৰ্ফি জাভেদে (Urfi Javed) কেতিয়াবা কপাহী কেণ্ডিৰে নিৰ্মিত পোছাকত, কেতিয়াবা ছেফটী পিনেৰে নিৰ্মিত পোছাকত আৰু কেতিয়াবা পলিথিনৰ পৰা পোছাক ডিজাইন কৰি পিন্ধি সকলোকে আচৰিত কৰি তুলিছে। উৰ্ফি জাভেদে এইবাৰ কাপোৰৰ সলনি ফুল পিন্ধিছিল, যি কাণ্ড দেখি সকলোৰে চকু কপালত উঠিছে। (ফটো Instagram: @urf7i)