உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    Home » photogallery » uncategorized »কিয় এনে কৰিলে উৰ্ফি জাভেদে, কাপোৰৰ সলনি Urfi Javedৰ দেহত ফুলৰ সমাহাৰ দেখি চকু কপালত উঠিল দৰ্শকৰ

    কিয় এনে কৰিলে উৰ্ফি জাভেদে, কাপোৰৰ সলনি Urfi Javedৰ দেহত ফুলৰ সমাহাৰ দেখি চকু কপালত উঠিল দৰ্শকৰ

    বিগ বছ অ'টিটি প্ৰতিযোগী উৰ্ফি জাভেদ ((Bigg Boss OTT Urfi Javed))ক কেতিয়াবা কপাহী কেণ্ডিৰে নিৰ্মিত পোছাকত দেখা যায়, কেতিয়াবা ছেফটী পিনেৰে নিৰ্মিত পোছাকত আৰু কেতিয়াবা পলিথিনেৰে নিৰ্মিত পোছাকত দেখা যায়। পলিথিনৰ পৰা পোছাক ডিজাইন কৰি সকলোকে আচৰিত কৰিছে উৰ্ফিয়ে। এতিয়া উৰ্ফি জাভেদ নিউজ (Urfi Javed News)ত আকৌ এবাৰ তাইৰ অদ্ভুত চেহেৰাৰ বাবে চৰ্চালৈ আহিছে।