মই তেতিয়া আদিত্যক কৈছিলো এয়া কেনেকুৱা ল’ৰা তুমি পছন্দ কৰিছা? আদিত্যই কৈছিল – ল’ৰাজন ভাল অভিনেতা, তেওঁ কিমান ভাল সেই সম্পৰ্কে আপোনাৰ কোনো ধাৰণা নাই। মই কৈছিলো, তাতে একো আহে নাযায়, কিন্তু ল’ৰাজন দেখিবলৈ নায়কসুলভ নহয়, মই বেণ্ড বাজা বাৰাতৰ পোষ্টাৰ দেখিও উপহাস কৰিছিলো। কিন্তু মই ভুল ভাৱিছিলো। বেণ্ড বাজা বাৰাত মুক্তি পোৱাৰ পিছত মই বুজি পাইছিলো এই ল’ৰাজনে কিমান নাম কৰিব। ইয়াৰ পিছতে নিজকে বুৰ্বক যেন লাগিছিল মোৰ।’’