உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    Home » photogallery » technology »WhatsApp ব্যৱহাৰকাৰীসকল সুৰক্ষিত নহয় ! সুৰক্ষিত থাকিবলৈ দ্ৰুততাৰে ছেটিংছ সলনি কৰক ...

    WhatsApp ব্যৱহাৰকাৰীসকল সুৰক্ষিত নহয় ! সুৰক্ষিত থাকিবলৈ দ্ৰুততাৰে ছেটিংছ সলনি কৰক ...

    হোৱাটছএপ ব্যৱহাৰকাৰীসকলে (Whatsapp User) তেওঁলোকৰ একাউণ্টৰ অতিৰিক্ত গোপনীয়তা বিচাৰে, তেন্তে তেওঁলোকে এটা উৎকৃষ্ট সুবিধা সক্ৰিয় কৰিব পাৰে। এইটোৱে তেওঁলোকৰ হোৱাটছএপ চেটবোৰ অধিক সুৰক্ষিত কৰি তুলিব।