Home » photogallery » technology »WhatsAppৰ ভিডিঅ’ কল ৰেকৰ্ড কৰিব বিচাৰে নেকি? জানি লওক সহজ উপায়

WhatsAppৰ ভিডিঅ’ কল ৰেকৰ্ড কৰিব বিচাৰে নেকি? জানি লওক সহজ উপায়

WhatsAppৰ জৰিয়তে ভিডিঅ’ কল ৰেকৰ্ডিং কৰাৰ বাবে WhatsAppৰ নিজস্ব কোনো ফিচাৰ নাই। সেয়ে ভিডিঅ’ কল ৰেকৰ্ডিং কৰাৰ বাবে থাৰ্ড পাৰ্টী এপ ব্যৱহাৰ কৰিব লাগে।

শেহতীয়া বাতৰি