Home » photogallery » technology »WhatsApp Update: টেক্সট আছেই; WhatsApp এ এইবাৰ দিব ভইচ ৰেকর্ডিং ষ্টেটাছ ব্যৱহাৰৰ সুবিধা ...

WhatsApp Update: টেক্সট আছেই; WhatsApp এ এইবাৰ দিব ভইচ ৰেকর্ডিং ষ্টেটাছ ব্যৱহাৰৰ সুবিধা ...

WhatsApp Update: এতিয়ালৈকে, ফটো, ভিডিঅ', টেক্সট হোৱাটছএপত ষ্টেটাছ হিচাপে দিব পৰা গৈছিল। কিন্তু এইবাৰ অডিঅ' টোকাও লগত দিব পাৰিব। হোৱাটছএপে ব্যৱহাৰকাৰীসকলৰ বাবে এই ভইচ ষ্টেটাছ সুবিধাটো প্ৰৱৰ্তন কৰিছে।

শেহতীয়া বাতৰি