Home » photogallery » technology »১০ লাখ টকাৰ তলৰ ৫ খন শ্ৰেষ্ঠ SUV, ডিজাইন আৰু বৈশিষ্ট্যও অসাধাৰণ, চাওক ফটো

১০ লাখ টকাৰ তলৰ ৫ খন শ্ৰেষ্ঠ SUV, ডিজাইন আৰু বৈশিষ্ট্যও অসাধাৰণ, চাওক ফটো

ভাৰতীয় বজাৰত সৰু গাড়ীৰ তুলনাত SUV ৰ চাহিদা বৃদ্ধি পাইছে। এই কাৰণেই কেইবছৰমানৰ পৰা বিক্ৰীৰ ক্ষেত্ৰত আগৰণুৱা হৈ পৰিছে SUV। SUV সমূহ পাৰফৰমেন্স, স্থান আৰু উচ্চ গ্ৰাউণ্ড ক্লিয়াৰেন্সৰ বাবে বহুত ভাল লাগে। যদি আপুনিও এখন SUV কিনাৰ পৰিকল্পনা কৰিছে আৰু আপোনাৰ বাজেট ১০ লাখ টকা, তেন্তে ইয়াত আমি আপোনাক আপোনালোকে পাব পৰা ৫ খন শ্ৰেষ্ঠ SUV ৰ বিষয়ে কৈছোঁ।

  • |

শেহতীয়া বাতৰি