Renault Kwid: ৰেনল্ট কুইড হেচবেক কাৰ। কুইডৰ ১.০ আৰএক্সএল এএমটি ভেৰিয়েণ্টত ৯৯৯ চিচি ইঞ্জিন আছে। এটা পাঁচ গতিৰ স্বয়ংক্ৰিয় গিয়াৰ বাকচ থাকিব। প্ৰতি লিটাৰত 22 কিলোমিটাৰ মাইলেজ। মূল্য৪.৪৯ লাখ টকাৰ পৰা আৰম্ভ হয়। Maruti Alto: 800 CCৰ অল্টোৱে ৪০ এইচপি শক্তি আৰু ৬০এনএম পিক টৰ্ক লাভ কৰিব। ৪.৬৬ লাখ টকাৰ পৰা আৰম্ভ হয়। Hyundai Santro: সৰ্বশ্ৰেষ্ঠ বাজেটৰ গাড়ীখনক হুণ্ডাই চেণ্ট্ৰো বুলি কোৱা হয়। পাঁচজন যাত্ৰীৰ বাবে কেবিনৰ স্থান যথেষ্ট। মাইলেজত প্ৰতি লিটাৰত ২০কিমি। মূল্য ৪.৮৬ লাখ টকাৰ পৰা আৰম্ভ হয়। Datsun Redi-GO: এই হেচবেক গাড়ীখন ছয়টা প্ৰকাৰত উপলব্ধ হ'ব। আঠ ইঞ্চিৰ টাচস্ক্ৰীণ হৈছে এই গাড়ীখনৰ অতিৰিক্ত আকৰ্ষণ। এক্স-শ্ব'ৰুমৰ মূল্য হৈছে ৩,৯৭,৫০০ টকা। Tata Tiago: এই গাড়ীখন ৬ বছৰ আগতে মুকলি কৰা হৈছিল। এয়া হৈছে টাটাৰ সৰ্বাধিক বিক্ৰী হোৱা হেচবেক গাড়ী। এই মডেলটো এতিয়া চিএনজি বিকল্পত উপলব্ধ। এক্স-শ্ব'ৰুমমূল্য ৫,৩৭,৯০০ টকা।