শেহতীয়াকৈ এই স্কোডা কোম্পানীয়ে Slavia মিড ছাইড ছেডান গাড়ীৰ দাম বৃদ্ধি কৰিছে। এই গাড়ী মাত্ৰ ৩ মাহ পূৰ্বে লঞ্চ হৈছে। মডেলৰ হিচাপে শ্লাবিয়াৰ দাম একেবাৰে ৬০ হাজাৰ টকা বৃদ্ধি পাইছে। ইয়াৰ উপৰি স্কোডা শ্লাবিয়াৰ ১ লিটাৰ ভেৰিয়েণ্টৰ দাম ১০.৬৯ লাখ টকাত লঞ্চ হৈছিল। এই গাড়ীৰ দাম ১০ হাজাৰ টকা বৃদ্ধি পাইচে।