এই স্পেচিয়েল এনিভাৰ্ছাৰী এডিচন সমগ্ৰ বিশ্বত মাত্ৰ ৪৮০টা ইউনিট বিক্ৰীৰ সিদ্ধান্ত লৈছিল ৰয়েল এনফিল্ডে। ভাৰতৰ বজাৰত বিক্ৰীৰ কথা আছিল ১২০টা ইউনিট। যিটো মাত্ৰ ১২০ ছেকেণ্ডতে বিক্ৰী হৈ যায়।
4/ 6
৬ ডিচেম্বৰৰ পৰা এই মডেল দুটাৰ স্পেচিয়েল এডিচন বিক্ৰী কৰাৰ সিদ্ধান্ত লৈছিল প্ৰতিষ্ঠানটোৱে। আগতে আহিলে আগতে পোৱা যাব, আছিল এই চৰ্ত। আৰু তাৰ বাবে ১২০ ছেকেণ্ডৰ বেছি সময় নালাগিল। হাই কাষ্ট পিতলেৰে বনোৱা হৈছে টেংকী।
5/ 6
ফুৱেল টেংকীত এটা স্পেচিয়েল বেজ আছে। ছাইড বডী পেনেলত এটা স্পেচিয়েল ডিকল আছে। আরু প্ৰতিটো সূক্ষ্ম ডিজাইন কৰা হৈছে সোণালী ৰঙেৰে। যিয়ে এই মডেলটোক অধিক আকৰ্ষণীয় কৰি তুলিছে।
6/ 6
ৰিচ ব্লেক আৰু ক্ৰোমৰ ব্যৱহাৰ বেছি কৰা হৈছে এই মডেলত। একজষ্ট ক’লা ৰক্ষৰ। উল্লেখযোগ্য ১২০ বছৰ ধৰি ৰাজপথত ৰাজত্ব কৰিছে ৰয়েল এনফিল্ডে। ভাৰতৰ অন্যতম বাইক বিক্ৰেতা প্ৰতিষ্ঠান এতিয়া ৰয়েল এনফিল্ড।