চন্দ্ৰযান–২ চন্দ্ৰত অৱতৰণ কৰাৰ পিছত ভাৰতে এনেকুৱা মূল্যৱান শক্তিৰ সন্ধান কৰিব পাৰিব যাৰ জৰিয়তে ৫০০ বছৰ পৰ্যন্ত মানুহৰ প্ৰয়োজন পূৰণ কৰিব পৰা যাব! ইয়াৰ পৰা ভাৰতে বৃহৎ পৰিমাণৰ অৰ্থ উপাৰ্জনো কৰিব পাৰে। চন্দ্ৰৰ পৰা লাভ কৰিবলগা এই শক্তি কেৱল সুৰক্ষিতই নহয়, তেল, কয়লা আৰু পৰমাণু আৱৰ্জনাৰ পৰা হ’বলগীয়া প্ৰদূষণৰ পৰাও মুক্ত হ’ব।