আইনফোন ব্যৱহাৰকাৰীসকলৰ ক্ষেত্ৰত WhatsApp > Settings > Chats > Chat Backup, এইদৰে এটাৰ পিছত আনটো অপচনলৈ গৈ ইয়াক অন কৰিব লাগিব। যদি দেখে যে আপোনাৰ এই অপচনটো অন কৰা আছে, তেন্তে বুজিব আপোনাৰ চাট বেকআপ আছে। তাত গি আপুনি চাওক কিমানদিন পৰ্যন্ত বেকআপ লোৱা আছে। সেইটো চাই হোৱাট্ছএপ আনইনষ্টল কৰি আকৌ ইনষ্টল কৰক। চাব পাৰিব আপোনাৰ ডিলিট হোৱা চাট।