ইয়াৰ মাজতে, হোৱাটছএপে অনলাইন ষ্টেটাছ লুকুৱা সুবিধা মুকলি কৰিব, যাতে ব্যৱহাৰকাৰীসকলে তেওঁলোকৰ অনলাইন কাৰ্যকলাপ কোনে চাব সেয়া নিজে ই নিৰ্ণয় কৰিব পাৰে। নতুন সুবিধাৰ জৰিয়তে, ব্যৱহাৰকাৰীসকলে আনক তেওঁলোকৰ অনলাইন কাৰ্যকলাপ চোৱাত বাধা দিবলৈ সক্ষম হ'ব। বৰ্তমানে, ই কেৱল এণ্ড্ৰইড বিটা ব্যৱহাৰকাৰীৰ বাবে উপলব্ধ।