Poco M4 Pro 5G - ভাৰতত এই ফোনটো পোৱা যায় ১৪,৬৯০ টকাত। এই ফোনত ব্যৱহাৰ কৰা হৈছে ৬.৬ ইঞ্চিৰ ফুল এইচডি প্লাছ ডিছপ্লে। এই ফোনত ব্যৱহাৰ কৰা হৈছে মিডিয়াটেক ডাইমেনচিটি ৮১০ চিপছেট আৰু ৫০০০ এমএএইচ বেটাৰী। এই ফোনত ব্যৱহাৰ কৰা হৈছে ডুৱেল ৰিয়েৰ কেমেৰা ছেটআপ। ইয়াৰ ভিতৰত আছে ৫০ মেগাপিক্সেলৰ প্ৰাইমাৰী ছেন্সৰ আৰু ৮ মেগাপিক্সেলৰ ছেকেণ্ডেৰী চেন্সৰ। ছেলফি তোলাৰ বাবে এই ফোনৰ সন্মুখভাগত আছে ১৬ মেগাপিক্সেলৰ ছেলফি শ্বুটাৰ।
iQoo Z6 5G - ভাৰতত এই ফোনৰ দাম ১৫,৪৯৯ টকা। এই ফোনত ব্যৱহাৰ কৰা হৈছে ৬.৫৮ ইঞ্চিৰ ফুল এইচডি প্লাছ ডিছপ্লে, যিটো ১২০ এইচজেড ৰিফ্ৰেছ ৰেটযুক্ত। এই ফোনত ব্যৱহাৰ কৰা হৈছে স্নেপড্ৰেগন ৬৯৫ চিপছেট, যিটো FunTouch OS 12 ৰেছ এন্ড্ৰইড ১২ যুক্ত। এই ফোনত ব্যৱহাৰ কৰা হৈছে ৫০ মেগাপিক্সেলৰ ট্ৰিপল ৰিয়েৰ কেমেৰা ছেটআপ, যিটো আই অটোফকাচ টেকন’লজীযুক্ত।
Redmi Note 11 Pro Plus 5G - ভাৰতত এই ফোনটোৰ দাম ১৯,৯৯৯ টকা। এই ফোনত ব্যৱহাৰ কৰা হৈছে ৬.৬৭ ইঞ্চিৰ ছুপাৰ এমোলেড ডিছপ্লে, যি ১২০ এইচজেড ৰিফ্ৰেছ ৰেটযুক্ত। এই ফোনৰ স্কীনৰ সুৰক্ষাৰ বাবে ব্যৱহাৰ কৰা হৈছে কৰনিং গৰিলা গ্লাছ ৫। এই ফোনত ব্যৱহাৰ কৰা হৈছে স্নেপড্ৰেগন ৬৯৫ চিপছেট। এই ফোনত ব্যৱহাৰ কৰা হৈছে ১০৮ মেগাপিক্সেলৰ ট্ৰিপল কেমেৰা ছেটআপ, যি ৮ মেগাপিক্সেলৰ আৰট্ৰা ৱাইড লেন্স আৰু ২ মেগাপিক্সেলৰ মেক্ৰ’ ছেন্সৰযুক্ত।
Realme 9 Pro 5G - ভাৰতত এই ফোনৰ দাম ১৮,৯৬৭ টকা। এই ফোনত ব্যৱহাৰ কৰা হৈছে ৬.৬ ইঞ্চিৰ ফুল এইচডি প্লাছ ডিছপ্লে। এই ফোনত ব্যৱহাৰ কৰা হৈছে কোৱালকম স্নেপড্ৰেগন ৬৯৫ চিপছেট যি এনড্ৰইড ১২ অপাৰেটিং ছিষ্টেমযুক্ত। এই ফোনত ব্যৱহাৰ কৰা হৈছে ট্ৰিপল ৰিয়েৰ কেমেৰা ছেটআপ। ইয়াৰ ভিতৰত আছে ৬৪ মেগাপিক্সেলৰ প্ৰাইমাৰী কেমেৰা, ৮ মেগাপিক্সেলৰ আলট্ৰা ৱাইড লেন্স আৰু ২ মেগাপিক্সেলৰ নেনো ছেন্সৰ। ছেলফি তোলাৰ বাবে আছে ১৬ মেগাপিক্সেলৰ শ্বুটাৰ।
Samsung Galaxy M33 5G - ভাৰতত এই ফোনটোৰ দাম ১৬,৯৯৯ টকা। এই ফোনত ব্যৱহাৰ কৰা হৈছে ৬.৬ ইঞ্চিৰ ফুল এইচডি প্লাছ এলচিডি পেনেল, যি ১০৮০x২৪০০ পিক্সেল ৰিজল্যুচনযুক্ত। এই ফোনৰ স্কীনৰ সুৰক্ষাৰ বাবে ব্যৱহাৰ কৰা হৈছে গৰিলা গ্লাছ ৫। এই ফোনত ব্যৱহাৰ কৰা হৈছে কোৱাড কেমেৰা ছেটআপ। ইয়াৰ ভিতৰত আছে ৫০ মেগাপিক্সেলৰ প্ৰাইমাৰী কেমেৰা, ৫ মেগাপিক্সেলৰ মেক্ৰ’ শ্বুটাৰ, ২ মেগাপিক্সেলৰ নেনো ছেন্সৰ আৰু ২ মেগাপিক্সেলৰ টেলিফটো লেন্স। ছেলফি তোলাৰ বাবে আছে ৮ মেগাপিক্সেলৰ ছেলফি স্নেপাৰ।