দীপাৱলীলৈ মাত্ৰ কেইটামান দিন বাকী। এই উপলক্ষে ই–কমাৰ্চ কোম্পানীসমূহে বিভিন্ন সামগ্ৰীত আকৰ্ষণীয় অফাৰ প্ৰদান কৰিছে। আইফোনৰ ক্ষেত্ৰতো দিয়া হৈছে ডাঙৰ অফাৰ। আপুনি যদি এটা আইফোন ক্ৰয় কৰিব বিচাৰে, তেন্তে আপোনাৰ বাবে এই সুযোগ। Amazonৰ গ্ৰেট ইণ্ডিয়ন দিৱালী ছেলত Apple iPhone 12ৰ দাম একেবাৰে হ্ৰাস পাইছে। iPhone 12 পূৰ্বে ৫২,৯০০ টকাত পোৱা গৈছিল, কিন্তু এতিয়া Amazonত ৩৯,৭০০ টকাত উপলব্ধ হৈছে ইয়াৰ ১২৮ জিবি ভেৰিয়েণ্টৰ দাম।