உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    Home » photogallery » sports »IND vs WI: সেনাপতি পোলাৰ্ডৰ কেৰিবিয়ান দলৰ ভাৰত আগমন, হ'ব নেকি ১৯ বছৰ পুৰণি ইতিহাসৰ পুনৰাবৃত্তি?

    IND vs WI: সেনাপতি পোলাৰ্ডৰ কেৰিবিয়ান দলৰ ভাৰত আগমন, হ'ব নেকি ১৯ বছৰ পুৰণি ইতিহাসৰ পুনৰাবৃত্তি?

    India vs West Indies ODI Series: ৱেষ্ট ইণ্ডিজ দলটো ভাৰত ভ্ৰমণৰ সময়ত তিনিখন এদিনীয়া আৰু এখন টি-২০ শৃংখলা খেলিব। এদিনীয়া শৃংখলা ৬ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়াত ভাৰতৰ এক অভিলেখ আছে।