Home » photogallery » sports »Yuzvendara Chahal|Dhanashree Verma: যুজবেন্দ্ৰ চাহালক উৎসাহ দিবলৈ ষ্টেডিয়ামলৈ আহিল পত্নী ধনশ্ৰী বাৰ্মা, আপুনিও ক'ব ৱাও...

Yuzvendara Chahal|Dhanashree Verma: যুজবেন্দ্ৰ চাহালক উৎসাহ দিবলৈ ষ্টেডিয়ামলৈ আহিল পত্নী ধনশ্ৰী বাৰ্মা, আপুনিও ক'ব ৱাও...

ৰাজস্থান ৰয়েলছে IPL 2022ৰ প্ৰথমখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদক ৬১ ৰাণত পৰাস্ত (Rajasthan Royals Beat Sunerisers Hyderabad) কৰি উৰণীয়া আৰম্ভণি কৰিছিল। ৰাজস্থান ৰয়েলছৰ হৈ খেলি থকা স্পিনাৰ যুজবেন্দ্ৰ চাহাল (Yuzvendra Chahal)ৰ পত্নী ধনশ্ৰী বাৰ্মা (Dhanashree Verma)ও খেলখন চাবলৈ পুনেৰ মহাৰাষ্ট্ৰ ক্ৰিকেট এছ'চিয়েচন ষ্টেডিয়ামত উপস্থিত হয়। ধনশ্ৰী প্ৰায়ে তেওঁৰ স্বামীক উৎসাহিত কৰিবলৈ ষ্টেডিয়ামলৈ আহে।

শেহতীয়া বাতৰি