Home » photogallery » sports »Virat Kohli: যিজনে উৰি যায় তেওঁ মাটিত পৰাৰ ভয় নকৰে ! এখন ফটো পোষ্ট কৰি বিৰাট কোহলীৰ উত্তৰ ...

Virat Kohli: যিজনে উৰি যায় তেওঁ মাটিত পৰাৰ ভয় নকৰে ! এখন ফটো পোষ্ট কৰি বিৰাট কোহলীৰ উত্তৰ ...

Virat Kohli: কোহলীয়ে বেটেৰে শতক অৰ্জন নকৰাৰ প্ৰায় তিনি বছৰ হ'ল। তেওঁ টি-২০, টেষ্ট, এদিনীয়া, যিকোনো ফৰ্মেটত ডাঙৰ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হোৱা নাই। ইফালে, কোহলীয়ে ৱেষ্ট ইণ্ডিজ ভ্ৰমণৰ পৰা বিশ্ৰাম লোৱাৰ সিদ্ধান্ত লৈছে।