Home » photogallery » sports »Ind vs SA: গুৱাহাটীৰ টি-২০ মেচতে বিৰাট কোহলি হ’ব পাৰে ১১ হাজাৰ ৰানৰ অধিকাৰী, ভংগ কৰিব পাৰে ৰোহিত শৰ্মাৰ এই অভিলেখ

Ind vs SA: গুৱাহাটীৰ টি-২০ মেচতে বিৰাট কোহলি হ’ব পাৰে ১১ হাজাৰ ৰানৰ অধিকাৰী, ভংগ কৰিব পাৰে ৰোহিত শৰ্মাৰ এই অভিলেখ

India vs South Africa 2nd T20I: দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতৰ তাৰকা বেটছমেন বিৰাট কোহলিয়ে দুটা ডাঙৰ অভিলেখ গঢ়িব পাৰে। দ্বিতীয়খন টি-২০ মেচত কোহলিয়ে টি-২০ ক্ৰিকেটত ১১০০০ ৰান সম্পূৰ্ণ কৰাৰ সুযোগ লাভ কৰিছে।

  • |

শেহতীয়া বাতৰি