এই যুটিটোক অনুৰাগীসকলৰ মাজত বিৰুস্কা নামেৰে জনা যায়। বিৰাট কোহলী আৰু অনুষ্কা শৰ্মা দুয়োজনেই নিজ নিজ ক্ষেত্ৰত অতি সুপ্ৰতিষ্ঠিত। ফটো সৌজন্য ইনষ্টাগ্ৰাম
3/ 12
বিৰাট কোহলীয়ে যিদৰে খেলৰ উপৰিও বিজ্ঞাপনত অনুৰাগীৰ মন জয় কৰিবলৈ সক্ষম হৈছে অভিনয়, প্ৰডাকচন, পৰিচালনা, বিজ্ঞাপন আৰু ব্যক্তিগত জীৱনৰ বাবে অনুষ্কাও সদায় ছ’চিয়েল মিডিয়াত শিৰোনাম দখল কৰি আহিছে। ফটো সৌজন্যত ইনষ্টাগ্ৰাম
4/ 12
এই চেলিব্ৰিটি দম্পতীয়ে যে বিলাসীতাৰে ভৰা জীৱন যাপন কৰে তাত কোনো সন্দেহ নাই। অৱশ্যে বিৰাট আৰু অনুষ্কাৰ মুঠ সম্পদৰ পৰিমাণ জানিলে সকলো চিন্তা বন্ধ হৈ যাব। ফটো সৌজন্য ইনষ্টাগ্ৰাম
বিৰাট আৰু অনুষ্কাৰ বিবাহৰ পিছত প্ৰায় ৩৪ কোটি টকাৰ এটা প্ৰাসাদোপম ঘৰত বসবাস কৰিছিল। বিৰাট কোহলীৰ দিল্লীতো ৮০ কোটি টকাৰ এটা ঘৰ আছে। ফটো সৌজন্য ইনষ্টাগ্ৰাম
7/ 12
অতি সুন্দৰ ঘৰৰ উপৰিও বিৰাট আৰু অনুষ্কাৰ বিখ্যাত আৰু দামী গাড়ীও আছে বিৰাট কোহলী ৰেঞ্জ ৰভাৰৰ ব্ৰেণ্ড এম্বেছাদৰ (Range Rover) । ফটো সৌজন্য ইনষ্টাগ্ৰাম
8/ 12
তেওঁৰ হাতত আছে ৮০ লাখ টকাৰ এখন ৰেঞ্জ ৰভাৰ (Range Rover) । বিৰাট আৰু অনুষ্কাৰ আছে অ’ডি কিউ ৭ (Audi Q7), অ’ডি এছ৬ (Audi S6), বিএমডব্লিউ, বিএমডব্লিউ এক্স৬ ((BMW X6)), অ’ডি এ৮ কোৱাট্ৰ’ (Audi A8 Quattro) যিবোৰৰ মূল্য কোটি কোটি টকা। ফটো সৌজন্য ইনষ্টাগ্ৰাম
9/ 12
বিৰাটৰ হাতত আছে এখন অ’ডি আৰ ৮ ভি১০ এল এম এক্স (অ’ডি আৰ ৮ ভি ১০ এল এম এক্স (Audi R8 V10 LMX, which costs Rs 3 crore) যাৰ মূল্য ৩ কোটি টকা। ফটো সৌজন্য ইনষ্টাগ্ৰাম
10/ 12
বিৰাট কোহলী ডাঙৰ ডাঙৰ ব্ৰেণ্ডৰ প্ৰচাৰতো জড়িত।সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি ২০২০ চনত বিৰাট কোহলীয়ে আই পি এলৰ পৰা ১৮ কোটি টকা উপাৰ্জন কৰিছিল। ফটো সৌজন্যত ইনষ্টাগ্ৰাম ৮
11/ 12
ফৰ্বছৰ তালিকা অনুসৰি ২০১৯ চনত অনুষ্কা শৰ্মাৰ আয় আছিল ২৬.৭ কোটি টকা চিনেমাৰ বাহিৰেও অনুষ্কাৰ নুশ নামৰ এটা ফেশ্বন লেবেল আছে। ফটো সৌজন্য ইনষ্টাগ্ৰাম
12/ 12
একে সময়তে বিৰাটে বিশাল BCCIৰ পৰা বাৰ্ষিক ৭ কোটি টকা দৰমহা লাভ কৰে। আনহাতে তেওঁৰ দুখন প্ৰকাণ্ড ৰেষ্টুৰেণ্টো আছে। ফটো সৌজন্য ইনষ্টাগ্ৰাম