বলীউদ অভিনেত্ৰী ঊৰ্বশী ৰৌতেলা আৰু ঋষভ পন্তৰক লৈ প্ৰায়ে চৰ্চা চলি থাকে নেট দুনিয়াত। শেহতীয়াকৈ ঊৰ্বশীৰ এক মন্তব্যই পুনৰ গৰম কৰি তুলিছে ইণ্টাৰনেট জগত। ভাৰত বনাম দক্ষিণ আফ্ৰিকা ছিৰিজৰ দ্বিতীয় এদিনীয়াত সুন্দৰ বেটিং কৰে পন্তে। কিন্তু ঋষভ পন্তৰ ভাল ইনিংছৰ পিছতে নেটিজেনৰ মনত প্ৰশ্ন উঠে যে ঊৰ্বশী ৰৌতেলাই চালেনে পন্তৰ ইনিংছ। Photo Courtesy- Instagram Handle