Home » photogallery » sports »IPL ইতিহাসৰ দ্বিতীয় দ্ৰুততম বল কৰিলে উমৰাণ মালিকে , ভংগ কৰিলে দিল্লীৰ বলাৰ নৰ্কিয়াৰ অভিলেখ ...

IPL ইতিহাসৰ দ্বিতীয় দ্ৰুততম বল কৰিলে উমৰাণ মালিকে , ভংগ কৰিলে দিল্লীৰ বলাৰ নৰ্কিয়াৰ অভিলেখ ...

ভাৰতৰ উমৰাণ মালিকে আই পি এল ২০২২ ত ধ্বংসযজ্ঞ চলাইছে। দিল্লী কেপিটেলছৰ বিৰুদ্ধে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ যুৱ বলাৰ মালিকে ১৫৭ কিলোমিটাৰ বেগত বল কৰিছে। এইটো আই পি এল ইতিহাসৰ দ্বিতীয় দ্ৰুততম বল।

শেহতীয়া বাতৰি