সেই ঐতিহাসিক অল হোৱাইট জাৰ্চি। ১৯৮৩ চনৰ বিশ্বকাপ জয় কৰাৰ পিছত কপিল দেৱ। তেতিয়াৰ পৰা আজিৰ দিনলৈ কিমান যে সলনি হ'ল ভাৰতীয় ক্ৰিকেট টীমৰ জাৰ্চি। ১৯৮৫ চনত ভাৰতীয় দলৰ জাৰ্চি। (টুইটাৰ) টীম ইণ্ডিয়াই ১৯৯২ চনৰ বিশ্বকাপত এই জাৰ্চি পিন্ধিছিল। (টুইটাৰ) ১৯৯৪ চনত ভাৰতীয় দলৰ আকাশী নীলা আৰু হালধীয়া জাৰ্চি। (টুইটাৰ) ১৯৯৬ চনত আজহাৰুদ্দিন দিনৰ জাৰ্চি আছিল এয়া। (টুইটাৰ) ১৯৯৮ চনত পুনৰ নতুন ৰঙৰ জাৰ্চি। (টুইটাৰ) ভাৰতীয় ক্ৰিকেট দলে ১৯৯৯ চনৰ বিশ্বকাপ এই জাৰ্চিৰেই খেলিছিল। (ফটো: এএফপি) ২০০৩ চনৰ বিশ্বকাপৰ জাৰ্চি। বহুতে কয় যে এইটো ভাৰতীয় দলৰ আটাইতকৈ ধুনীয়া জাৰ্চি। (এএফপি) ২০০৪ চনত সামান্য ৰঙৰ পৰিৱৰ্তনেৰে দিয়া হয় এই জাৰ্চি। (টুইটাৰ) ভাৰতীয় দলৰ ২০০৭ চনৰ টি-২০ বিশ্বকাপৰ জাৰ্চি। (ফটো: এএফপি) ২০০৯ চনৰ জাৰ্চি। (টুইটাৰ) শচীন তেণ্ডুলকাৰে ২০১০ চনত এই জাৰ্চি পৰিধান কৰিয়েই অপৰাজিত ২০০ ৰান কৰিছিল। (টুইটাৰ) ২০১১ চনৰ বিশ্বকাপ বিজয়ী ভাৰতীয় দল। (টুইটাৰ) ভাৰতৰ প্ৰথম টি-২০ৰ বিশেষ জাৰ্চি। ২০১৫ ক্ৰিকেট বিশ্বকাপৰ জাৰ্চি। (টুইটাৰ) ২০১৬ চনৰ জাৰ্চি। (বিচিচিআই) ২০১৮ চনৰ জাৰ্চি পিন্ধি ধোনি–কোহলিসহ টীম ইণ্ডিয়াৰ লুক। (টুইটাৰ) বিৰাট কোহলীয়ে ২০১৯ৰ ক্ৰিকেট বিশ্বকাপত এই জাৰ্চি পিন্ধিছিল। (বিচিচিআই) ২০২০ চনত টীম ইণ্ডিয়াৰ ৰেট্ৰো জাৰ্চি। (বিচিচিআই) ২০২১ টি-২০ বিশ্বকাপৰ বাবে ভাৰতীয় দলৰ জাৰ্চি। (টুইটাৰ)