পৰিসংখ্যাই কৈছে যে, এদিনীয়া ক্ৰিকেটেই হওক বা টি২০ ক্ৰিকেটেই হওক, আফগানিস্তানৰ হাতত কোনো দিন পৰাস্ত হোৱা নাই ভাৰত। এই পৰিসংখ্যা শুনাৰ পিছত বহুতে কৈছে- বিশ্বকাপত পাকিস্তানৰ হাততো কোনো দিন পৰাস্ত হোৱা নাছিল টিম ইণ্ডিয়া। কিন্তু সেই ৰেকৰ্ডটো অক্ষুন্ন নাথাকিল। গতিকে আজিযে ৰাজিদ খানৰ বিৰুদ্ধে কোহলী বাহিনী জিকিব, তাৰ গেৰাণ্টী ক'ত!