Home » photogallery » sports »IND vs AFG: আফগানিস্তানৰ হাতত কোনো দিন পৰাস্ত হোৱা নাই ভাৰত, আজি পৰাস্ত হ'লে শেষ হ'ব কোহলী বাহিনীৰ সকলো আশা

IND vs AFG: আফগানিস্তানৰ হাতত কোনো দিন পৰাস্ত হোৱা নাই ভাৰত, আজি পৰাস্ত হ'লে শেষ হ'ব কোহলী বাহিনীৰ সকলো আশা

গ্ৰুপ ২ৰ পৰা পাকিস্তানে ইতিমধ্যে ছেমিফাইনেল পাইছে। দ্বিতীয় দল হিচাপে কোনে ছেমিফাইনেলত স্থান লাভ কৰিব সেই লৈ যুঁজ অব্যাহত আছে।