লাচিথ মালিঙ্গা -<br />শ্ৰীলংকাৰ কিংবদন্তী দ্ৰুত বলাৰ আৰু টি-২০ বিশ্বকাপ বিজয়ী অধিনায়ক লাচিথ মালিঙ্গা টি-২০ বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক উইকেট সংগ্ৰহকাৰীৰ তালিকাত তৃতীয় স্থানত আছে। শ্ৰীলংকাৰ প্ৰাক্তন পেচাৰে ৩১ খন খেলত ৩৮ টা উইকেট দখল কৰিছে। তেওঁৰ সৰ্বশ্ৰেষ্ঠ বলিং ফিগাৰ হৈছে ৩১ ৰাণত ৫ টা উইকেট।