৫. আডাম জাম্পা -
অষ্ট্ৰেলিয়াৰ লেগ স্পিনাৰ আডাম জাম্পা টি-২০ বিশ্বকাপৰ শ্ৰেষ্ঠ বলিং সংখ্যাৰ তালিকাত পঞ্চম স্থানত আছে। জাম্পাই ২০২১ চনৰ টি-২০ বিশ্বকাপত বাংলাদেশৰ বিৰুদ্ধে ৪ অভাৰত ১৯ ৰাণত ৫ টা উইকেট দখল কৰিছিল।
2/ 5
৪. এহছান মালিক-
নেডাৰলেণ্ডৰ এহছান মালিক এই তালিকাত চতুৰ্থ স্থানত আছে। ২০১৪ চনৰ টি-২০ বিশ্বকাপত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এহছান মালিকে ৪ অভাৰত ১৯ ৰাণত ৫ টা উইকেট দখল কৰিছিল।
3/ 5
৩. উমৰ গুল-
পাকিস্তানৰ প্ৰাক্তন দ্ৰুত বলাৰ উমৰ গুল টি-২০ বিশ্বকাপৰ শ্ৰেষ্ঠ বলিং সংখ্যাৰ তালিকাত তৃতীয় স্থানত আছে। গুলে ২০০৯ চনৰ টি-২০ বিশ্বকাপত নিউজিলেণ্ডৰ বিৰুদ্ধে ৩ অভাৰত ৬ ৰাণত ৫ টা উইকেট দখল কৰিছিল।
4/ 5
২. ৰংগনা হেৰাথ
শ্ৰীলংকাৰ প্ৰাক্তন বাওঁহাতৰ স্পিনাৰ ৰঙ্গনা হেৰাথ তালিকাৰ দ্বিতীয় স্থানত আছে। ২০১৪ চনত নিউজিলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত টি-২০ বিশ্বকাপৰ খেলত ৰঙ্গনা হেৰাথে ৩.৩ অভাৰত ৩ ৰাণ ২ মেডেনৰ সৈতে ৫ টা উইকেট দখল কৰে।
5/ 5
১. অজন্তা মেণ্ডিছ-
শ্ৰীলংকাৰ প্ৰাক্তন কেৰম বল স্পিনাৰ অজন্তা মেণ্ডিছ টি-২০ বিশ্বকাপৰ শ্ৰেষ্ঠ বলিং সংখ্যাৰ তালিকাৰ শীৰ্ষত আছে। ২০১২ চনৰ জিম্বাবোৱেৰ বিৰুদ্ধে অনুষ্ঠিত টি-২০ বিশ্বকাপত অজন্তা মেণ্ডিছে ৪ অভাৰত ৮ ৰাণ ২ মেডেনৰ সৈতে ৬ টা উইকেট দখল কৰে।