Home » photogallery » sports »টি-২০ বিশ্বকাপৰ ইতিহাসৰ শীৰ্ষ পাঁচটা বলিং পৰিসংখ্যা, তালিকাত ৩ জন এছিয়ান ক্ৰিকেটাৰ ...

টি-২০ বিশ্বকাপৰ ইতিহাসৰ শীৰ্ষ পাঁচটা বলিং পৰিসংখ্যা, তালিকাত ৩ জন এছিয়ান ক্ৰিকেটাৰ ...

টি-২০ বিশ্বকাপ ২০২২ আৰম্ভ হৈছে। চুপাৰ ১২ ৰাউণ্ড আৰম্ভ হোৱাৰ আগতে, প্ৰতিযোগিতাখনৰ ইতিহাসৰ বিভিন্ন অভিলেখৰ বিষয়ে জানিবলৈ ক্ৰিকেট প্ৰেমীসকলৰ মাজত কৌতূহলো আছে। টি-২০ বিশ্বকাপৰ ইতিহাসৰ শীৰ্ষ ৫ টা বলিং পৰিসংখ্যাৰ ওপৰত এবাৰ চকু ফুৰাওক।

শেহতীয়া বাতৰি