Home » photogallery » sports »প্ৰথমখন মেচ জিকিছে, কিন্তু তথাপিও দল সলনি কৰিব নেকি ? নেডাৰলেণ্ডৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ সম্ভাৱ্য একাদশৰ ওপৰত এবাৰ চকু ফুৰাওক ...

প্ৰথমখন মেচ জিকিছে, কিন্তু তথাপিও দল সলনি কৰিব নেকি ? নেডাৰলেণ্ডৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ সম্ভাৱ্য একাদশৰ ওপৰত এবাৰ চকু ফুৰাওক ...

ভাৰতে বৃহস্পতিবাৰে টি-২০ বিশ্বকাপৰ চুপাৰ ১২ ৰ দ্বিতীয়খন খেল খেলিব। প্ৰতিদ্বন্দী হৈছে নেডাৰলেণ্ড। প্ৰথম খন মেচ জিকাৰ পিছত, দ্বিতীয় খন মেচত টীম ইণ্ডিয়াৰ প্ৰথম একাদশত পৰিৱৰ্তন হ'ব পাৰে।

শেহতীয়া বাতৰি