Home » photogallery » sports »T20 World Cup: টীম ইণ্ডিয়াই প্ৰত্যাৱৰ্তন কৰাত বিশেষজ্ঞ, বিশ্বকাপত শোচনীয় পৰাজয়ৰ পিছতো ফাইনেলত প্ৰৱেশ কৰে...

T20 World Cup: টীম ইণ্ডিয়াই প্ৰত্যাৱৰ্তন কৰাত বিশেষজ্ঞ, বিশ্বকাপত শোচনীয় পৰাজয়ৰ পিছতো ফাইনেলত প্ৰৱেশ কৰে...

T20 World Cup 2021: বিৰাট কোহলীৰ (Virat Kohli) নেতৃত্বত T20 World Cup 2021ত সুন্দৰ আৰম্ভণি কৰিব নোৱাৰিলে ভাৰতে। India vs Pakistan প্ৰথম মেচত ১০ উইকেটত পৰাস্ত ভাৰত। ২০০৩ ৰ বিশ্বকাপত ভাৰতে দ্বিতীয় খেলত অষ্ট্ৰেলিয়াৰ হাতত শোচনীয় পৰাজয়ৰ পিছতো ফাইনেলত উপনীত হৈছিল।