Home » photogallery » sports »T20 World Cup: টীম ইণ্ডিয়াৰ পৰাজয়ৰ পিছত সাৰ পাইছে ICC, ল'বলৈ গৈ আছে এই ডাঙৰ সিদ্ধান্ত!

T20 World Cup: টীম ইণ্ডিয়াৰ পৰাজয়ৰ পিছত সাৰ পাইছে ICC, ল'বলৈ গৈ আছে এই ডাঙৰ সিদ্ধান্ত!

টি-২০ বিশ্বকাপত (T20 World Cup 2021) টীম ইণ্ডিয়াই (Team India) অতি দুৰ্বল প্ৰদৰ্শন কৰিছে। তাৰ পিছতে যশপ্ৰীত বুমৰাহ (Jasprit Bumrah) আৰু প্ৰাক্তন প্ৰশিক্ষক ৰবি শাস্ত্ৰীয়ে (Ravi Shastri) বায়ো বাবলক লৈ প্ৰশ্ন উত্থাপন কৰিছিল। এতিয়া আইচিচিয়ে খেলুৱৈসকলক সকাহ দিবলৈ এক ডাঙৰ পদক্ষেপ ল'বলৈ গৈ আছে।