Home » photogallery » sports »Sunil Gavaksar : ইংলেণ্ডত বিশেষ সন্মান লাভ সুনীল গাভাস্কাৰৰ, ক্ৰিকেটাৰগৰাকীয়ে ছবি শ্বেয়াৰ কৰি লিখিলে মনৰ কথা

Sunil Gavaksar : ইংলেণ্ডত বিশেষ সন্মান লাভ সুনীল গাভাস্কাৰৰ, ক্ৰিকেটাৰগৰাকীয়ে ছবি শ্বেয়াৰ কৰি লিখিলে মনৰ কথা

ইংলেণ্ডত এক বিশেষ সন্মানেৰে সন্মানিত কৰা হৈছে ভাৰতীয় প্ৰাক্তন অ’পেনাৰ সুনীল গাভাস্কাৰক। ইংলেণ্ডৰ লেইষ্টাৰ ক্ৰিকেট ষ্টেডিয়ামৰ নাম সলনি কৰা হৈছে গাভাস্কাৰৰ নামেৰে। ইংলেণ্ডৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ভাৰতীয় ক্ৰিকেটাৰৰ নামেৰে এখন ষ্টেডিয়ামৰ নামকৰণ কৰা হৈছে। ইয়াৰ সাক্ষী হৈ পৰিল স্বয়ং গাভাস্কৰ। তেওঁ এই অনুষ্ঠানৰ ছবি শ্বেয়াৰ কৰি অনুৰাগীসকলৰ সৈতে ইয়াৰ তথ্য ভাগ-বতৰা কৰে।

  • |