আজি ভাৰতীয় ক্ৰিকেটৰ গব্বৰ ওৰফে শিখৰ ধাৱান (Shikhar Dhawan)ৰ ৩৬তম জন্মদিন ((Happy Birthday Shikhar Dhawan)৷ ক্ৰিকেটৰ ফিল্ডত সদায়ে বিন্দাচ থকা খেলুৱৈগৰাকীৰ প্ৰেম জীৱন সিমান আনন্দদায়ক নহয়। তেওঁ এই বছৰৰ ছেপ্টেম্বৰত তেওঁৰ পত্নী আয়েশা মুখাৰ্জী (Ayesha Mukherjee)ৰে বিবাহ বিচ্ছেদ হয়৷ (ছবি সৌজন্য ইনষ্টাগ্ৰাম)৷
শিখৰ ধাৱনতকৈ ১০ বছৰ ডাঙৰ আয়েশাৰ সৈতে বহু সপোন বুকুত বান্ধি এখন ঘৰৰ সপোন দেখিছিল তেওঁ। আয়েশাৰ দেউতাক বঙালী আৰু মাতৃ হৈছে ব্ৰিটিছ৷ আয়েশাৰ পৰিয়াল অষ্ট্ৰেলিয়াত বাস কৰে। পেছাত কিক বক্সাৰ আয়েশাৰ এয়া দ্বিতীয় বিবাহ আছিল৷ ফেচবুকৰ জৰিয়তে চিনাকি হোৱা ধাৱন ২০১২ চনত বিবাহপাশত আৱদ্ধ হৈছিল৷ (ফটো সৌজন্য ইনষ্টাগ্ৰাম)৷