শ্বেন ৱাৰ্নৰ নাম শুনিলেই কঁপি উঠে ক্ৰিকেট বিশ্ব। স্পীনৰ যাদুৰ লগতে বহু বিতৰ্কৰে বান্ধি ৰাখিছিল ৱাৰ্নক। কেতিয়াবা বহু নাৰীৰ সংগ, কাৰোবালৈ অশ্লীল মেছেজ পঠিওৱা, কেতিয়াবা ড্ৰাগছ বিতৰ্ক, বিবাহ বিচ্ছেদ, প্ৰতিদিনে নতুন গাৰ্লফ্ৰেণ্ড, এইবোৰ সকলো লয়েই ভীষণ ৰঙীণ আছিল ৱাৰ্ন। কিন্তু শুকুৰবাৰে মাত্ৰ ৫২ বছৰ বয়সতে চিৰদিনলৈ চকু মুদিল শ্বেন ৱাৰ্নে। পুৱা সুস্থ অৱস্থাত আছিল যদিও নিশা হাৰ্টএকেট হয়।