খ্যাতি আছে। কিন্তু খ্যাতিৰ বিড়ম্বনাও আছে। ক্ৰিষ্টিয়ানো ৰোণাল্ডো য’লৈকেই যায় তাতেই ভিৰ কৰে অনুৰাগীয়ে। ফলত নিৰাপত্তাৰ দিশটোক বিশেষ নজৰ দিবলগীয়া হয় পৰ্তুগীজ তাৰকাগৰাকীয়ে। আৰু ৰোণাল্ডোৰ নিৰাপত্তাৰ দায়িত্ব কিন্তু দুই হৃষ্ট–পুষ্ট দেহৰক্ষীৰ হাতত।
2/ 6
ছেৰ্জিঅ’ ৰামালেইৰো আৰু জৰ্জ ৰামালেইৰো এটা সময়ত আফগানিস্তানৰ হৈ যুদ্ধ কৰিছিল। ইয়াৰ পিছত পৰ্তুগীজৰ আৰক্ষী বাহিনীত যোগ দিয়ে দুয়োজনে।পৰ্তুগীজৰ বহু চেলিব্ৰিটিৰ নিৰাপত্তাৰ দায়িত্ব চম্ভালিছে এই দুই ভাতৃয়ে। এইবাৰ ৰোণাল্ডো আৰু তেওঁৰ পৰিয়ালৰ নিৰাপত্তাৰ দায়িত্ব এই দুই ভাতৃৰ ভাতৃৰ ওপৰত।