Home » photogallery » sports »শুভমন গিলৰ পোষ্ট পুনৰ লাইক কৰিলে ছাৰা তেণ্ডুলকাৰে, অনুৰাগীসকলেও পুনৰ লগাইছে অনুমান, ছাৰা-শুভমনৰ কিবা চলি আছে নেকি

শুভমন গিলৰ পোষ্ট পুনৰ লাইক কৰিলে ছাৰা তেণ্ডুলকাৰে, অনুৰাগীসকলেও পুনৰ লগাইছে অনুমান, ছাৰা-শুভমনৰ কিবা চলি আছে নেকি

শুভমন গিল (Shubman Gill) আৰু ছাৰা তেণ্ডুলকাৰ (Sara Tendulkar)ৰ নাম দীৰ্ঘদিন ধৰি একেলগে লৈ অহা হৈছে, কিন্তু কেইমাহমান আগতে গিলে স্পষ্ট কৰি দিছিল যে তেওঁ ছিংগল।