নতুন দিল্লী। হৰ্ষল পেটেলে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু দলৰ সৈতে জড়িত আছে। দ্ৰুত বলাৰ হৰ্ষল তেওঁৰ ভগ্নীৰ মৃত্যুৰ পিছত ঘৰলৈ গৈছিল। দায়িত্বৰ খাতিৰত খেলপথাৰলৈ উভতি আহিলেও হৰ্ষলে তেওঁৰ ভগ্নীৰ দুখ পাহৰিব পৰা নাই। ছ'চিয়েল মিডিয়াত এটা আৱেগিক পোষ্ট লিখি হৰ্ষলে ভগ্নীৰ স্মৃতিচাৰণ কৰে। (ফটো: Harshal Patel instagram)