Home » photogallery » sports »MS Dhoni : বৰদিন পালনৰ বাবে ডুবাইত মহেন্দ্ৰ সিং ধোনী, কন্যা জীভাক দেখা গ’ল এই ৰূপত, চাওক ফটো

MS Dhoni : বৰদিন পালনৰ বাবে ডুবাইত মহেন্দ্ৰ সিং ধোনী, কন্যা জীভাক দেখা গ’ল এই ৰূপত, চাওক ফটো

মহেন্দ্ৰ সিং ধোনীৰ কন্যা জীভাই নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত ডুবাইৰ পৰা এক মৰমলগা ফটো পোষ্ট কৰিছে। ফটোত জীভাক এক ছুইমিং পুলৰ কাষত থিয় হৈ থকা দেখা গৈছে আৰু কেপচনত লিখিছে – “Holiday"।

শেহতীয়া বাতৰি