Home » photogallery » sports »MS Dhoni-Sakshi Dhoni : চিনেমাত দেখাৰ দৰেই বাস্তৱতো একেইনে? ধোনী আৰু সাক্ষীৰ প্ৰেম জীৱনৰ সত্য জানেনে?

MS Dhoni-Sakshi Dhoni : চিনেমাত দেখাৰ দৰেই বাস্তৱতো একেইনে? ধোনী আৰু সাক্ষীৰ প্ৰেম জীৱনৰ সত্য জানেনে?

MS Dhoni-Sakshi Dhoni Love Story: ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ পত্নী সাক্ষী ধোনীৰ জন্ম হৈছিল ১৯৮৮ চনৰ ১৯ নৱেম্বৰত অসমত। ইয়াতেই তেওঁৰ পিতৃয়ে আৰ কে সিং বিন্নাগুৰি চাহ কোম্পানীত কাম কৰিছিল।

শেহতীয়া বাতৰি