সদ্য সমাপ্ত টকিঅ' অলিম্পিকছ (Tokyo Olympics 2021)ত লাভলিনা বৰগোহাঁইয়ে অসমৰ হৈ প্ৰথমটো অলিম্পিক পদক জয় কৰি অসমক বাসীক গৌৰৱান্বিত কৰাই নহয় অসমৰ ক্ৰীড়া জগতত নতুন প্ৰাণ সঞ্চাৰ কৰিবলৈ সক্ষম হৈছে। অলিম্পিকত দুৰ্দান্ত প্ৰদৰ্শনেৰে ব্ৰঞ্জৰ পদক জয় কৰিছিল লাভলিনাই। (image: FB/lovlinaBorgohain)