ভাৰতীয় মহিলা ক্ৰিকেট দলে ভাৰতীয় মহিলা দল আৰু অষ্ট্ৰেলিয়াৰ মহিলা দলৰ মাজত বাইশ গজৰ যুঁজৰ সৈতে কমনৱেলথত অভিযান আৰম্ভ কৰে৷ সেই খেলখনত যুৱ ৰেণুকা সিঙৰ প্ৰদৰ্শনে ভাৰতৰ ১৫৫ ৰাণৰ সৰু লক্ষ্য ৰক্ষা কৰিবলৈ বলৰ সৈতে নামি আহিছিল৷ Photo Courtesy- Instagram অষ্ট্ৰেলিয়াই ৪.১ অভাৰত ৩৪ ৰাণত ৪ টা উইকেট হেৰুৱায়৷ অষ্ট্ৰেলিয়াৰ উইকেটকিপাৰ অপেনাৰ এলিছা হিলি (০), বেথ মুনি (১০), কেপ্টেইন মেগ লেনিং (৮), টাহলিয়া মেকগ্ৰা (১৪) ৰাণত আউট হয়।৷ Photo Courtesy- Instagram সুন্দৰী ৰেণুকা সিঙৰ জন্ম ১৯৯৬ চনত হিমাচল প্ৰদেশত হৈছিল৷ তেওঁ এগৰাকী সোঁহাতৰ মিডিয়াম ফাষ্ট বলাৰ৷ Photo Courtesy- Instagram হিমাচল প্ৰদেশ মহিলা দল, ভাৰতীয় মহিলা দল আৰু ট্ৰেলব্লেজাৰ্ছ জাৰ্চীত খেলিছে। Photo Courtesy- Instagram