Home » photogallery » sports »কোনোবা অভিযন্তা কোনোবা ফটোগ্ৰাফাৰ আৰু কোনো টেনিছ খেলুৱৈ, CSKৰ তাৰকা খেলুৱৈসকলৰ পত্নী আৰু প্ৰেমিকাসকলে কি কৰে জানেনে...

কোনোবা অভিযন্তা কোনোবা ফটোগ্ৰাফাৰ আৰু কোনো টেনিছ খেলুৱৈ, CSKৰ তাৰকা খেলুৱৈসকলৰ পত্নী আৰু প্ৰেমিকাসকলে কি কৰে জানেনে...

মহেন্দ্ৰ সিং ধোনীৰ অধিনায়কত্বত চেন্নাই চুপাৰ কিংছে (CSK) চতুৰ্থবাৰৰ বাবে IPL চেম্পিয়ন হোৱাৰ গৌৰৱ লাভ কৰে । ১৫ অক্টোবৰত ডুবাইত হোৱা ফাইনেলত কলকাতা নাইট ৰাইডাৰ্ছক (KKR) পৰাস্ত কৰে। CSKৰ খেলুৱৈসকলৰ পত্নী বা প্ৰেমিকা কোন আছে আৰু তেওঁলোকে কি কৰে জানেনে...